Toramaai (তৰামাই) new 2021 romantic Assamese song sung by Rekib. The lyrics and tune of the song are given by Rekibul and Music/Mix /Master by Shekhar Goswami. The video of the song “Toramaai” stars Kishor Das and Priyam Pallabee.
Official video
Song Credits:
Song: Toramaai
Singer: Rekib
Lyrics/Tune: Rekibul
Music/Mix /Master: Shekhar Goswami
Toramaai Lyrics in Assamese
কি কৰিলো কৰিলো
অ’ তৰামাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
কি কৰিলি কৰিলি
মোà§°ে চেনাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
সৌ সিদিনা যেতিà§Ÿা তোক দেখিলো
তোà§° হিà§Ÿাà§°ে সাগৰত নাও মেলিলো
পদূলিতে দলিচা পাà§°ি থলো
তই আহিবি মই à§°ৈ থাকিলো
কি কৰিলো কৰিলো
অ’ তৰামাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
নাযানো কি হল আজি-কালি
কামে কাযে মোà§° খেলি-মেলি
অ’ নাযানো কি হল আজি-কালি
কামে কাযে মোà§° খেলি-মেলি
অঘৰী মনে ঠিকনা পালে
সপোন পৃথিà§±ীক সাবতিলে
অঘৰী মনে ঠিকনা পালে
সপোন পৃথিà§±ীক সাবতিলে
কি কৰিলো কৰিলো
অ’ তৰামাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
সপোন ৰদালি সোনৱালী
মনৰ বিচনাতে পৰে ঢলি
সপোন ৰদালি সোনৱালী
মনৰ বিচনাতে পৰে ঢলি
হিà§Ÿাতে হিà§Ÿাখন শুà§±াই দিলো
জনমে জনমে মই তোà§°ে হলো
কি কৰিলো কৰিলো
অ’ তৰামাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
কি কৰিলি কৰিলি
মোà§°ে চেনাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই
সৌ সিদিনা যেতিà§Ÿা তোক দেখিলো
তোà§° হিà§Ÿাà§°ে সাগৰত নাও মেলিলো
পদূলিতে দলিচা পাà§°ি থলো
তই আহিবি মই à§°ৈ থাকিলো
কি কৰিলো কৰিলো
অ’ তৰামাই
যি কৰিলো কৰিলো
à¦ূল কৰা নাই।।