Sikhiri Sikhla is a romantic Assamese theatre song from Rajmukute theatre.
Sikhiri Sikhla Lyrics in Assamese
অ' বাৰে বাজিছে
বুকুৰে নো মাজতে
মৰমৰ বীণাখন
কিয় বাৰু জানানে
তুমি যদি নোকোৱা মনৰে ভাৱনা
চকুৰ ইচাৰা বুজিলোমে বহনা
কৰিলা মোকে পগলা
চিখিৰী নোং চিখিলা
চিখিৰী নোং চিখিলা
পগলা কৰিলা ।
অ' চিখিৰী নোং চিখিলা
পগলা কৰিলা ।
পুহি থোৱা জীয়া জীয়া
মৰমে বিচাৰে তোমাক জানা
চিখিৰী নোং চিখিলা
অ' নাচি বাগী চেনেহৰে বাহ
বলিছে বলিব দিয়া দিয়া
অ' শিকলীৰে মেৰিয়াই বান্ধিছো
তোমাকে আতি আতি
পাহৰি যাব খুজিলেও লাহৰি
তোমাক নাযাবা আতৰি
তুমি যদি নকোৱা।
তুমি যদি নোকোৱা মনৰে ভাৱনা
চকুৰ ইচাৰা বুজিলোমে বহনা
কৰিলা মোকে পগলা
চিখিৰী নোং চিখিলা
চিখিৰী নোং চিখিলা
পগলা কৰিলা ।
অ' চিখিৰী নোং চিখিলা
পগলা কৰিলা ।
অ' লগে পালে কিনো কম
গুপনে কৰো বহু আখৰা
চিখিৰী নোং চিখিলা
জোনাকী মন মানি নলয়
সপোনে দিয়ে অলেখ বতৰা
মনৰে হাঁহিটি বুলি যদি
ভাবিছা মনতে ৰাখা ধৰি
তোমাৰ চেনেহৰে পথাৰত আজিবন
থাকিমে মোৰে ছবি।
তুমি যদি নোকোৱা মনৰে ভাৱনা
চকুৰ ইচাৰা বুজিলোমে বহনা
কৰিলা মোকে পগলা
চিখিৰী নোং চিখিলা
চিখিৰী নোং চিখিলা
পগলা কৰিলা ।
অ' চিখিৰী নোং চিখিলা
পগলা কৰিলা ।।