Police Dada (পুলিচ দাদা) is a tribute song to the respected Policeman sung by Vreegu Kashyap and Kalpana Patowary. The song lyrics are written by Rekibul and mixed by Sekhar Goswami.
Official video
Police Dada Lyrics
চাকৰি পালো মই পুলিচৰ, পুলিচৰ
লবলে নেপাও ঘৰলে খবৰ
ঐ চাকৰি পালো মই পুলিচৰ, পুলিচৰ
লবলে নেপাও ঘৰলে খবৰ
অ বিহু পুজা বুলি
অ নাই কোনো ছুটি
বিহু পুজা বুলি
নাই কোনো ছুটি
কৰো ৰাইজৰে পোহৰা দাৰি
পুলিচ দাদা
আমি পুলিচ দাদা
নাই জীৱনৰ কোনো মজা
পুলিচ দাদা
আমি পুলিচ দাদা
চুৰ দেখিলে দিউ পহু খেদা
অ বিহু পুজা বুলি
অ নাই কোনো ছুটি
বিহু পুজা বুলি
নাই কোনো ছুটি
আজি আন্দোলন, কাইলৈ অনশন
আমাৰহে নাই টুপনি
ৰাইজৰে খং কৰ তহিলং
আমাকে দিয়ে গালি
দিলাক কোনোবাই বম দলংত
এয়াও আমাৰ অপৰাধ
নিলে কনোবাই লোকৰে ঘৈনী
সেয়াও আমাৰ অপৰাধ
অ বিহু পুজা বুলি
অ নাই কোনো ছুটি
বিহু পুজা বুলি
নাই কোনো ছুটি
কৰো ৰাইজৰে পোহৰা দাৰি
পুলিচ দাদা
আমি পুলিচ দাদা
নাই জীৱনৰ কোনো মজা
পুলিচ দাদা
আমি পুলিচ দাদা
চুৰ দেখিলে দিউ পহু খেদা
ৰ’দ আহিলে মত্ৰী আহিলে
কামতহে নাই কৰনি
খাবলে নেপাও শুৱলে নেপাও
লবলে নেপাও জিৰণি
কলিয়ে বিনাই পাতৰে আৰত
বিহু আহি পালে বহাগত
ভাবিছিলো যাম সমনীয়া পাম
লাড়ু পিঠা খাম চতালত
অ বিহু পুজা বুলি
অ নাই কোনো ছুটি
বিহু পুজা বুলি
নাই কোনো ছুটি
চাকৰি পালো মই পুলিচৰ, পুলিচৰ
লবলে নেপাও ঘৰলে খবৰ
অ বিহু পুজা বুলি
অ নাই কোনো ছুটি
বিহু পুজা বুলি
নাই কোনো ছুটি
কৰো ৰাইজৰে পোহৰা দাৰি
পুলিচ দাদা
আমি পুলিচ দাদা
নাই জীৱনৰ কোনো মজা
পুলিচ দাদা
আমি পুলিচ দাদা
চুৰ দেখিলে দিউ পহু খেদা।।
Song Credits:
Singer – Vreegu Kashyap & Kalpana Patowary
Music-Shekhar Goswami
Lyrics- Rekibul
Mixed by – Sekhar Goswami
Cast – Pallabi Deepjyoti & Saju