Mon Hira Doi (মন হীৰা দৈ) by Zubeen Garg is one of the super hit golden collection of Assamese song. Mon Hira Doi is an old Assamese Movie Bowari (1982) featuring Biju Phukan, Singer Mohanondo Mojindar Borua, and Director Sivaprasad Thakur.
Mon Hira Doi Lyrics
মন হীৰা দৈ চাইকেল নহয় টিলিঙামন হীৰা দৈ ডেকা নহয় পিলিঙা
ৰহ ঢলা পথাৰত আহিবা ঐ নিজানত
মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত
মন হীৰা দৈ গাভৰু নহয় লহঙা
মন হীৰা দৈ পীৰিতি নহয় মহঙা
মেলেঙৰে বজাৰত ঢেঁকীয়ালৰ কলহত
মন হীৰা দৈ গুৰৰ বজাৰ আহতৰ ছাত
মন হীৰা দৈ বোৱাৰী নহয় যখিনী
বেমাৰ নহয় গ্ৰহণী
ভাত নহয় অমাতৰ মাত
অ মন হীৰা দৈ ছোৱালী নহয় ঢেপেচী
এচাৰি নহয় লেকেচি নজৰ পালে এৰাব আন
মন হীৰা দৈ কুলি-কেতেকিৰ মিঠা মাতৰ সুৰেৰে
কুলি-কেতেকিৰ মিঠা মাতৰ সুৰেৰে
কি কথা মোক কৈছিলা নৈৰে ঐ ঘাততে
নেপায় নহয় ঠগিব, জীৱন ধ্বংস কৰিব
প্ৰলয় হলে পৰিব বিনা মেঘে বজ্ৰপাত
মন হীৰা দৈ জিৰাবাহি যৌৱনৰে ছাঁত
মন হীৰা দৈ মাত নহয় মুৰুলী
হাঁহি নহয় বিজুলী, দেহা নহয় বিৰিণাৰ পাত
মন হীৰা দৈ সাতদিনীয়া বহাগত
নাচিবা ঐ উলাহত পিৰিতিৰে লগাবা মাত
মন হীৰা দৈ জাঁজী নৈ চনমা বিহু কৰো আহা
হাততে টকাটি মুখতে হাঁহিটি জীৱন কিনো মোহনীয়া
কিনো মোহনীয়া মাত
অ কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জাঁজী নৈ চনমা
কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জাঁজী নৈ চনমা
মেলিলে আমাৰে মেলিলে আমাৰে পাত
মন হীৰা দৈ চাইকেল নহয় টিলিঙা।।