Jatra Ekhon Sobir is beautiful Assamese song that represents how artists are working hard behind cinema/film made. The song is sung by singers Zubeen Garg, Rupam Bhuyan, Priyanka Bharali, and Barnali Basistha. The lyrics of the song "Jatra Ekhon Sobir" are written by Sasanka Samir and tune & music by Poran Borkotoky (Jojo).
Official video
Jatra Ekhon Sobir Lyrics
ছায়া ছবিৰ চকুৰে দেখাহি চিনেমাৰ
কলা বলা ৰঙিন হোৱা এই চিনেমা
কতশ ফ্ৰেমৰ হেপাঁহৰ মন জুৰণীয়া
সুখে দুখে অকাঁ কেনভাচৰ সোনবৰণীয়া...
যাত্ৰা ভাল লগা ছবিৰ
যাত্ৰা সাত ৰঙিন ক্ষণৰ
যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী
এলানি নিপুন মনৰ
বহু ৰসাল কথা
একো কি নিভাজ সুৰৰ
অযুত উমাল আশা
হাতৰা ভৰা প্ৰেমৰ
আকাশৰ ফুল কুমলীয়া
কতশ শতক খোজৰ উশাহৰ বাৰেবৰণীয়া
যাত্ৰা ভাল লগা ছবিৰ
যাত্ৰা সাত ৰঙিন ক্ষণৰ
যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী
চিনাকী চিতুন জোনৰ
ৰূপৰ কৰো পেথৰ
সাহসী সপোন বনৰ
অনেক জোনাক ভাষা
অহা যোৱা ঘৰৰ মূধচত ৰদ ৰংচুৱা
একা বেকা পথৰ দমালৰ বান্ধ উৰণীয়া...
যাত্ৰা ভাল লগা ছবিৰ
যাত্ৰা সাত ৰঙিন ক্ষণৰ
যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী
ছায়া ছবিৰ চকুৰে দেখাহি চিনেমাৰ
কলা বলা ৰঙিন হোৱা এই চিনেমা
কতশ ফ্ৰেমৰ হেপাঁহৰ মন জুৰণীয়া
সুখে দুখে অকাঁ কেনভাচৰ সোনবৰণীয়া...
যাত্ৰা ভাল লগা ছবিৰ
যাত্ৰা সাত ৰঙিন ক্ষণৰ
যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী।।
Song Credits:
Singer : Zubeen Garg, Rupam Bhuyan, Priyanka Bharali, Barnali Basistha
Tune & Music : Poran Borkotoky (Jojo)
Lyrics : Sasanka Samir
Guitars : Rupam Sarma
Mix & Mastering : Bhupesh Saikia