Hai Hai Oi (হায় হায় ঐ) Assamese song is sung by Boron Bikash. The lyrics of the song written by Banjit Talukdar and S. Dipanka and music by Tarun Tanmoy.
Watch video
Song Credits:
Song: Hai Hai Oi
Singer: Boron Bikash
Music: Tarun Tanmoy
Lyrics: Banjit Talukdar & S. Dipanka
Hai Hai Oi Lyrics in Assamese
অ' হায় হায় ঐ
স্কুললৈ আহোতে যাওঁতে
অ' হায় হায় ঐ
দুবছৰ হ'ল তোৰ পিছে পিছে । (২)
হাফ পেডেল মাৰি মাৰি
গাল মূৰ ৰঙা কৰি। (২)
বাৰে বাৰে শুধি ছিলো মই ...
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
হলৌ উঠিল তকৌ গছত
লগাই খদৌ মদৌ
জউ জউকৈ সৰিল নিয়ৰ
হ'ল জলৌ জপৌ
হায় ঐ লিলি কিনো দিলি
কিনো খুৱাই মোকে ভুলালি
তোৰে কাজল দুচকুতে
আশা ভৰা মিচিকি হাঁহি। (২)
বাপেৰে যদি মোলৈ নিদিয়ে তোকে সোন
মাঘ ফাগুন চততে
পলুৱাই নিমে তোক
বাৰে বাৰে শুধি ছিলো মই ...
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
এপলাই কৰা চাকৰিটোৰ
কলিং লেটাৰ নেপাও যদি
ঐ ঘৰৰ কাষৰ মাটি ডৰাত
খেতি কৰিম চহাই মেলি। (২)
অ' মাঁ কচম বিদ্য়া সপত
তোকে বৰ ভালে পাওঁ
গাঠিৰে ধন ভাঙি কেৰুমণি গৰহাউ।
বাৰে বাৰে শুধি ছিলো মই ...
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই
মোক ভাল পাওঁনে তই।।