Watch official video
Gahori Bepari Song Lyrics
ঐ জান আঠুৱা ছাই ঠেং মেলিবি
ঐ জান জোখতকৈ বেছি কথা নকবি। (২)
তোৰে মৰম পাবলৈ
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)
ঐ লিটিল লিটিল দৰিকনা
কিমান জাকৈ মাৰিলো
এক ভি নিহি মিলা
ঐ লিটিল লিটিল মছকুইট
কাটিং মাৰি পৰি
বিকছ ঐ জান আঠুৱাখন চুটি হয়
এ জান ঐ নলুৱাই কটাদি
এ জান ঐ আনিমে আজৰি
এ জান ঐ নেচিনা জোকাৰি
এ জান ঐ খুজিমে গৈ
আনিমে গৈ তোক...
ঐ মইনা মোলৈ নিদিলে
ঐ জান তোকে যে
সচাঁয়ে ঐ জান
দেখুৱায় দিম, দেখুৱায় দিম বিহু।
তোৰে মৰম পাবলৈ
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)
ঐ বালিঘাত নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে হমে গৈ অঘৰি।
তোৰে মৰম পাবলৈ
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)
-----------------
Song Credits:
Song: Gahori Bepari
Singer: Subhneel
Lyrics Tune: Raag Parag
Music Mix/Mastering: Bhaskar Neelom
Flute: Bishwajit Sonowal
Dhul: Abhijeet Dhuliya