Pakhi Pakhi Aei Mon is one of the most hit melodious Assamese songs by singer Zubeen Garg from the Album Pakhi (পাখি ).
Pakhi Pakhi Aei Mon Lyrics
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি, উৰি । (২)
জাকি মাৰি গৈ নাম
এৰি অহা পদুলি
বুতলি আন ৰদালি
উৰি, পাখি মেলি যা উৰি
দেউতাৰ হাহিৰে আইৰ সতে উমলি
ৰদে বৰষুণে ধেমালী...
আজুৰি সেই আবেলি
উৰি, পাখি মেলি যা উৰি
দুগমগালিৰ মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাতে চালি
খিৰিকী ফাকেৰে মুকতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা মৰি
দেউতাৰ ৰঙা চকু একেকুবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টুপনি
আইৰ নিচুকনি মৰমৰ বুলনি
পাখি পাখি এই মন
পাখী লগা মোৰ মন
পাখি মেলি যা উৰি, উৰি ।
জোনমণি ৰুণ জুন
যেতিয়া চকুত জোন
নিভাজ আবেগৰ টোপা টোপে সৰা সোন
সাতুৰি নাদুৰি এটি এটি ৰাতি-দিন
খেলা লুকা-চুৰিত নিজকে বিচাৰো সোন
ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা
এতিয়া কবিতাৰ গানৰে সলিতা
অকলে বুকুতে চকুলো বুতুলি
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি, উৰি । (২)
জাকি মাৰি গৈ নাম
এৰি অহা পদুলি
বুতলি আন ৰদালি
উৰি, পাখী মেলি যা উৰি
দেউতাৰ হাহিৰে আইৰ সতে উমলি
ৰদে বৰষুণে ধেমালী...
আজুৰি সেই আবেলি
উৰি, পাখি মেলি যা উৰি ।।
-----------------
Song Credits:
Song: Pakhi Pakhi Aei Mon
Singer: Zubeen Garg
Album: Pakhi (পাখি )
Music Label: NK Production
Thanks for visiting our Blog. For more old and new songs, lyrics [Hindi, Bengali, Bodo, Assamese] keep visiting dlyrics.in, and please keep supporting us by sharing this on social platforms.