Bhobai Nasilu by Zubeen Garg and Deeplina Deka, is a beautiful romantic Assamese love story song (2020). The video of this song is cast by herself Deeplina Deka and Chandan Das. The song lyrics are written by Rahul Dey Das.
Singer: Zubeen Garg & Deeplina Deka
Lyrics: Rahul Dey Das
Composition: Prabin Borah
Music: Anupam Konwar
Sitar: Subhankar Hazarika
Mix/Master: Pinku das
Additional Dubbing: Hirakjyoti Nath
Bhobai Nasilu Lyricss
ভবাই নাছিলো মোৰ দৰে
তোমাৰ বুকুৰ সোপনবোৰেও
যে সাৰে থাকে
জনাই নাছিলো মোৰ বাবে
তোমাৰ হিয়াত প্ৰিতিৰ ঢৌ বোৰেও
খেলি থাকে
ভবাই নাছিলো মোৰ দৰে
তোমাৰ চকুৰ পিয়াঁহ টুপিও
হয় মোৰে
জনাই নাছিলো মোৰ বাবে
তোমাক নিমাত জোনাকবোৰেও
খেদি ফুৰে
লিখি লিখি থোৱা অলেখ কবিতাৰ
শব্দ তোমাৰ আবেগৰে
ভবাই নাছিলো মোৰ দৰে
তোমাৰ বুকুৰ সোপনবোৰেও
যে সাৰে থাকে
তুমি চুলে সোণ
মায়া জাগি উঠে
তুমি প্ৰজাপতি ৰ'দে জানে
অ'... আ'... তুমি চালে চোন
জোন তৰা বোৰে...
পোহৰ সামৰে আওসিতে...
শেষ উশাহেও ল'ব তোমাতেই জিৰণী...
তুমি যে মোৰ আধালিখা জীয়া কাহিনী
মোৰ মন তোমাতেই শেৱালী
মোৰ প্ৰাণ তোমাতেই আজৰী
মোৰ মন তোমাতেই অভিমানী
মোৰ প্ৰাণ তোমাতেই শান্তি ।।
Song Credits:
Song: Bhobai NasiluSinger: Zubeen Garg & Deeplina Deka
Lyrics: Rahul Dey Das
Composition: Prabin Borah
Music: Anupam Konwar
Sitar: Subhankar Hazarika
Mix/Master: Pinku das
Additional Dubbing: Hirakjyoti Nath