মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা… ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত।প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত। দুচকুতে তোমাৰ চালে সপোন আতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত। মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা… ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত ।। | Mayabini ratir bukut Dekha palu tumar sobi Dhora dila gopone ahi Hiyar konot Tumi je mor xukan monot Niyorore sesa topal Nami oha rodore noi Mor dehot proti puwa… Dhumuhar xote mor Bahu jugore nason Endharu xosa mor Bahu dinore apon Nijanor gaan mor Xekh hobo bhabo tumar bukutProti xorotor probhati fule Kobo tumakei mor kotha Proti meghali nixa jone Kobo tumakei mor betha Dhumuhar xote mor Bahu jugore nason Endharu xosa mor Bahu dinore apon Nijanor gaan mor Xekh hobo bhabo tumar bukut Dusokute tumar sale Xupon aatori dithok name Subo khujile mur duhate Dithok aatori xupon aahe Dhumuhar xote mor Bahu jugore nason Endharu xosa mor Bahu dinore apon Nijanor gaan mor Xekh hobo bhabo tumar bukut Mayabini ratir bukut Dekha palu tumar sobi Dhora dila gopone ahi Hiyar konot Tumi je mor xukan monot Niyorore sesa topal Nami oha rodore noi Mor dehot proti puwa… Dhumuhar xote mor Bahu jugore nason Endharu xosa mor Bahu dinore apon Nijanor gaan mor Xekh hobo bhabo tumar bukut |