Kahinir Dore is a romantic heart touching love Assamese song from the movie Konwarpurar Konwar (2017). This song is sung by Nayan Nilim and Pompi Gogoi. For more new and old Assamese song lyrics visit our Assamese label.
Lyrics:
কাহিনীৰ দৰে দুহাতত পাখি লাগি
আমি যেন উৰি যাও
পৃথিৱীৰ দৰে আন এখন ধৰা সাজি
আমি যেন মিলি যাম
ফুলিব তোৰ হেজাৰ
নফুলা পাহি
খুলিব যত বাধাত নুখুলা প্ৰাচি
ৰাগী ৰাগী ৰাগী মন
কাহানীৰ কাহিনী যদি সঁচা হয়
আমাৰ কাহিনী জানো
চালিচা ৰয়
আমাৰ কাহিনীও যুগমীয়া হয়
মনৰ কাৰেং পোহৰ পোহৰ
অতিথি মোৰ স্বাগতম
সোনৰ চেলেং ৰূপৰ কঙ্কণ
পদুলিত কাৰ আগমন
প্ৰেমৰ দেশ গৰিমেই
আৱেশ মনক মানিমেই
শেষ তুপি তেজলৈ…
ফেৰ পাতি যুঁজিমেই
যুঁজি যুঁজি মৰম যিনিম
কাহানীৰ কাহিনী যদি সঁচা হয়
আমাৰ কাহিনী জানো
চালিচা ৰয়
আমাৰ কাহিনীও যুগমীয়া হয়
ৰাগৰ আগমন হেপাহ
আজি শব্দ হয় প্ৰাণবাহ
সাঁথৰ সাঁথৰ মনৰ উলাহ
বুজি অৰ্থ যেন গান গাই
এই থুপ সমাজে নুবুজে
নাই আমি নামানো
হাৰ ইমান সহজে
প্ৰেমে প্ৰেমে প্ৰতিবাদী মন
এই থুপ সমাজে নুবুজে
নাই আমি নামানো
হাৰ ইমান সহজে
প্ৰেমে প্ৰেমে প্ৰতিবাদী মন
কাহানীৰ কাহিনী যদি সঁচা হয়
আমাৰ কাহিনী জানো
চালিচা ৰয়
আমাৰ কাহিনীও যুগমীয়া হয় ।।