Dhire Dhire Song Lyrics
—Male–
ধীৰে ধীৰে ৰদ নামিছে
মন নাচিছে
তোমাৰ মৰম সামৰি
—Female–
লাহে লাহে মন কঁপিছে
ৰঙো লাগিছে
প্ৰণয় তোমাক বিচাৰি
—Male–
লিখিথোৱা মোৰে নু নামেটি
বুকুৰে কাৰেংগত ৰাখা সাবটি
তুমি মোৰ সপোন ৰাণী
—Female–
ধীৰে ধীৰে ৰদ নামিছে
মন নাচিছে
তোমাৰ মৰম সামৰি
—Male–
লাহে লাহে মন কঁপিছে
ৰঙো লাগিছে
প্ৰণয় তোমাক বিচাৰি
—Female–
মুকলি মুকলি মনতে দিপাৱলী
তোমাকে পাই কাষলত
আজিহে বুজিলো চকুৰে ধেমালি
কিয় চিনাকী
—Male–
আগলি আগলি হিয়াৰে নু বাতৰি
আঙুলি সপোনত তোমাৰে নীলা চকুত
দেখিলো মোৰে নু ছবি
লিখিথোৱা মোৰে নু নামেটি
বুকুৰে কাৰেংগত ৰাখা সাবটি
তুমি মোৰ সপোন ৰাণী
—Female–
ধীৰে ধীৰে ৰদ নামিছে
মন নাচিছে
তোমাৰ মৰম সামৰি
কপাহী কপাহী মনতে
উলমি তোমাৰে নু উশাহত
নিশাহতো আছো কিজানি বা মই
ছবি চাৰি
—Male–
লিহিৰি লিহিৰি তোমাৰে আঙুলি
বুলাই দিয়া কঁপালত
ধুমূহা-কমহা পাহৰো জানানে
তোকে সাবতি
লিখিথোৱা মোৰে নু নামেটি
বুকুৰে কাৰেংগত ৰাখা সাবটি
তুমি মোৰ সপোন ৰাণী
—Male & Female–
ধীৰে ধীৰে ৰদ নামিছে
মন নাচিছে
তোমাৰ মৰম সামৰি
লাহে লাহে মন কঁপিছে
ৰঙো লাগিছে
প্ৰণয় তোমাক বিচাৰি ।।
Official featured video
————–
Song Credit:
Song: Dhire Dhire
Singer: Zubeen Garg & Deeplina Deka
Movie: Roktabeez
Lyrics & Music: Palash Surya Gogoi
👍 Thanks for visiting dlyrics.in if you notice any mistake in our work than please feel free to contact us.