Barikhare Banot is a heart-touching duet by Zubeen Garg and Babu Baruah for the first time. This song is about the childhood storytelling of two brothers. The song Barikhare Banot lyrics and composed by Chandan Kakoti. It’s officially video song released on YouTube on February 10, 2018, with the music label of Times Music Assamese.
Official featured video
Lyrics:
বাৰিষাৰে বানত অ’ দাদা
পৰিছেনে মনত তোৰ দাদা
বাৰিষাৰে বানত অ’ বাবু
পৰিছেনে মনত তোৰ বাবু
বথা মাৰিছিলো যে কলৰে নাওঁত
ধেমালী ধেমালীতে যাওঁ দূৰলৈ
ভয়ে ভয়ে আহো ঘৰলৈ
অ’ … অ’ … অ’ … অ’ … অ’ …
বাৰিষাৰে বানত অ’ দাদা
পৰিছেনে মনত তোৰ দাদা
বথা মাৰিছিলো যে কলৰে নাওঁত
মিঠা মিঠা কথাবোৰ আছেনে মনত
মন যায় উভতি গাঁৱলৈ
অ’ … অ’ … অ’ … অ’ … অ’ …
চোতালতে একআঠু পদূলিতে এবুকু
সাঁতুৰি সাঁতুৰি থাকো
অ’ দেউতাৰে কলাত ভন্টিয়ে কান্দে
বাৰে বাৰে জোকাইছিলো
লুকাই লুকাই আয়ে কান্দে চুকত
কি কৰো নকৰো আমিও দিপাঙত
আজি দেখো পৰে মনত
অ বাবু মোৰো যানো পৰে মনত
অ’ … অ’ … অ’ … অ’ … অ’ …
আমলখি ডালৰ ভেৰেঙণিত বহি
বৰশি বাও তোৰে লগতে
অ’ বিচনাৰো ওপৰত বিচনা তুলিলৈ
আছিলো সপোনৰ দেশত
সেই সপোনে কৰে আজিও আমনি
ৰঙে ৰসে ভৰা লৰালিৰ কাহিনী
আজি দেখো পৰে মনত
অ’ দাদা মোৰো যানো পৰে মনত
অ’ … অ’ … অ’ … অ’ … অ’ …
বাৰিষাৰে বানত অ বাবু
পৰিছেনে মনত তোৰ বাবু
বথা মাৰিছিলো যে কলৰে নাওঁত
মিঠা মিঠা কথাবোৰ আছেনে মনত
মন যায় উভতি গাঁৱলৈ ।।
—————
Song Credit:
Song: Barikhare Banot
Singer: Zubeen Garg & Babu Baruah
Background Vocal: Shekhar Goswami
Lyrics & Composition: Chandan Kakati
Music Arrangements: Shekhar Goswami
Music label: Times Music Assamese
👉 For more Hindi, Assamese, and Bodo songs lyrics keep visiting www.dlyrics.in Thanks
👉 For more Hindi, Assamese, and Bodo songs lyrics keep visiting www.dlyrics.in Thanks