Lyrics for Majuli Gabhoru. Majuli Gabhoru is a new soulful Assamese song by singer Babu Baruah. The song lyrics are written and tuned by Apurba Jyoti Mohan. Enjoy the lyrics of the song Majuli Gabhoru. Also, visit our AssameseSong label for more New and Old released Assamese song lyrics in both Assamese and English languages.
Official featured video
Majuli Gabhoru Lyrics
সপোনৰ নগৰীত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
মাজুলীৰে বুকুত প্ৰনয়ৰে ফাকু
এৰি কিদৰেনো তোমাক আঁতৰতে থাকো ।
সপোনৰ নগৰীত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
বুকুত ফুলি থকা তুমি এপাহি সোনাৰু
তুমি এপাহি সোনাৰু । (২)
তোমাৰ ওঁঠৰে ভাষাই মোৰ দেহা চুমী যায়
তোমাৰে মৌনতাই মোৰ কলিজাখন খাই,
সপোন দেখি দেখি জান ঐ ৰাতিয়ে নুপুৱাই
তোমাৰ কথা ভাৱোটেই যায় । (২)
সপোনৰ নগৰীত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
—-music—
কপালৰে শুৱনি সেন্দুৰীয়া বৰণত
আকিব বিচাৰো জানা তোমাৰ সতে মোৰে নাম
যৌৱনৰে শুৱনি তুমিয়েই মোৰ মাজুলী
অভিমানি তোমাৰ কোলাত মইয়ো তুপনিহে যাওঁ
অ তোমাৰ ওঁঠৰে ভাষাই মোৰ দেহা চুমী যায়
তোমাৰ মৌনতাই মোৰ কলিজাখন খায়
সপোন দেখি দেখি জান ঐ ৰাতিয়েই নুপুৱাই
তোমাৰ কথা ভাৱোটেই যায় । (২)
সপোনৰ নগৰীত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
—-music—
মোৰে নামৰ পৃথিৱীত তুমিয়ে পুৱালমণি
দুটি ওঁঠৰ গোপন মৰম দিও জানা প্ৰাণ ধালি
আকাশৰে জোনেবাইক সুধি চাম কথা এটি
তোমাৰ মোৰে জুৰুনতে তৰায়ে দিব নু কি
তোমাৰ ওঁঠৰে ভাষাই মোৰ দেহা চুমী যায়
তোমাৰ মৌনতাই মোৰ কলিজাখন খায়
সপোন দেখি দেখি জান ঐ ৰাতিয়েই নুপুৱাই
তোমাৰ কথা ভাৱোটেই যায়
সপোন দেখি দেখি জান ঐ ৰাতিয়েই নুপুৱাই
তোমাক দেখো সঘনাই
সপোনৰ নগৰীত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
মাজুলীৰে বুকুত প্ৰনয়ৰে ফাকু
এৰি কিদৰেনো তোমাক আঁতৰতে থাকো ।।
এৰি কিদৰেনো তোমাক আঁতৰতে থাকো ।।
—————–
Song Credit:
Song: Majuli Gabhoru
Singer: Babu Baruah
Lyrics & Tune: Apurba Jyoti Mohan
Music Arrangement: Shekhar Jyoti Goswami