Song Credit:
Song: Turut Turut
Album: Sereki 2017
Singer: Mukul Baba & Subasana Dutta
Music: Kukil Singha
Tune & lyrics: Tyson Bongjang
Artist: Pallavi & Kishor
Choreographer: Uday.Shankar
Cinematography by Bipul Das
Editor: Rupam Kalita
Official video
Turut Turut Lyrics
ঘুৰাই ও ঘুৰাই ও ঘুৰাই চেৰেকী
তলৈ মনত পৰি থাকে পুৱা গোধূলী
ঘুৰাই ও ঘুৰাই ও ঘুৰাই চেৰেকী
তলৈ মনত পৰি থাকে পুৱা গোধূলী
পানী ভেকুলীয়ে কান্দিলে জানা টুৰুট টুৰুট
তলৈ মনত পৰি থাকে পুৰুট পুৰুট
কিনো ৰহন ঘহি দিলি কলিজাটোত
তোৰে ছবি ভাহিছে মোৰ দুচকুত
অ দেহা টুৰুট টুৰুট (২)
খেৰ কাটং নাকাটং মই খেৰে বৰঙা
ঐ খেৰে বৰঙা
আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা
ঐ কঁকাল ঠৰঙা
খেৰ কাটং নাকাটং মই খেৰে বৰঙা
ঐ খেৰে বৰঙা
আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা
ঐ কঁকাল ঠৰঙা
ধুনীয়া তোৰ মৰম লগা চেহেৰাটো
চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত
ধুনীয়া তোৰ মৰম লগা চেহেৰাটো
চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত
লিখিছো মই তোমাৰে নাম কবিতাটোত
মনৰ মাজত তলৈ মৰম আছে বহুত
অ দেহা টুৰুট টুৰুট
খেৰ কাটং নাকাটং মই খেৰে বৰঙা
ঐ খেৰে বৰঙা
আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা
ঐ কঁকাল ঠৰঙা
খেৰ কাটং নাকাটং মই খেৰে বৰঙা
ঐ খেৰে বৰঙা
আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা
ঐ কঁকাল ঠৰঙা ।।