Song - RATI RATI
Film - RATNAKAR
Singer - ZUBEEN GARG & GAYATRI HAZARIKA
Music - ZUBEEN GARG
Music Programmed by - SHEKHAR
Lyrics - ZUBEEN GARG
Mix & Mastered by - PINKU DAS
Flutes by - ANJAN
Rati Rati Song Lyrics
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাৱি তোমাৰেই লৰ মাৰে
নাজানো ক'ত তুমি থাকা
নাজানো মই ক'ত থাকো
জানো মাথো আমি থাকো সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰ
খেদি খেদি মোক আকৌ শুই পৰে
নিথৰ ৰাতি তোমাৰ বুকুত
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এন্ধাৰ পথত জোনাক ৰাতি
খোজে খোজে মই
তুমি চাগে এনেকুৱাই
নাজানো ক'ত তুমি থাকা
নাজানো ক'ত মই থাকো
জানো মাথো আমি থাকো সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে.
দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়া
তুমিটো এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰেই
জুবুৰিয়াই দিয়া
ফুলি আছো তেনেকুৱাই
নাজানো ক'ত তুমি থাকা
নাজানো মই ক'ত থাকো
জানো মাথো আমি থাকো সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
নাজানো ক'ত তুমি থাকা
নাজানো মই ক'ত থাকো
জানো মাথো আমি থাকো সপোন ভাঁজকে
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...