Song Credit:
Tumi Jiliki Jiliki Lyrics
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি মোৰ বুকুতে ৰ’লা হি
তুমি মোক মৰম দিলা হি
তুমি মোৰ বুকুতে ৰ’লা হি
বহু মৰম মোক যাচিলা হি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
মৰম বাঢ়ে যৌৱন দেহত
বুকুতে উঠনি মৰমেও
কিজানে প্ৰণয়ৰে নিয়তি
মৰম বাঢ়ে ঘনে ঘনে পাবলে নিগৰি
মৰমেও কি বিচাৰে
কোনে দিব বুজনি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
হৃদয়ৰে দুৱাৰ খুলি ৰাখিছো মই নিৰলে
সময়ৰে সোতত আহি সোমালাহি বুকুতে
ও নেদেখাকৈ সোপনতে দেখিলো মই তোমাকে
কিনো জাগিল বহু মৰম হঁঠাতে তোমালৈ
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি মোৰ বুকুতে ৰলা হি
তুমি মোক মৰম দিলা হি
তুমি মোৰ বুকুতে ৰলা হি
তুমি মোক মৰম দিলা হি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা