Song Credit:
Singer: Tarun Tanmoy, Nilakshi Neog
Music: Tarun Tanmoy
lyrics: Bijayananda Chetia
Compose: Tarun Tanmoy
Nisha kalita production
Official video
Anamika Angoli Bulai Lyrics
অনামিকা আঙুলি বুলাই কঁপালতে
কোনে সেন্দুৰ আকিব বাৰু
মৰমেৰে আঙুঠি পিন্ধাব কোনে তোমাক
দুচকুৰে চাবলে খুজো
অ… অনামিকা আঙুলি বুলাই কঁপালতে
কোনে সেন্দুৰ আকিব বাৰু
মৰমেৰে আঙুঠি পিন্ধাব কোনে তোমাক
দুচকুৰে চাবলে খুজো
অ দেহা মোৰ, তোমাৰে
জানাই চোন, তুমিয়ে
নুবুজিলে কোনেও আমাৰ সঁচা প্ৰেমৰ
বাধা দিলে আমাৰ মিলনক, মোৰ সোন ঐ
ভাঙি দিলে দুখন অন্তৰক
বিধাতাৰ লিখনি জানো, মোৰ জান ঐ
সলাও বুলি সলাব পাৰি
নিৱৰৰে টোপালটি জানো, মোৰ জান ঐ
ধৰি জানো ৰাখিব পাৰি
যদিওবা দেহৰ মিলন হয়, মোৰ জান ঐ
হিয়াখনি আতৰাই থই
তথাপিও আজিও যে মই, মোৰ জান ঐ
জীয়াই আছো মই তোমালৈ
আশাৰে… সজাঁলো কল্পনাৰ কাৰেংঘৰ
ভাঙি-ছিঙি ধ্বমূহা জাকে
সেই কাৰেংঘৰ উৰুৱাই নিলে দূৰলৈ, মোৰ সোন ঐ
আশাবোৰ মৰহাই থৈ
অ… অনামিকা আঙুলি বুলাই কঁপালতে
কোনে সেন্দুৰ আকিব বাৰু
মৰমেৰে আঙুঠি পিন্ধাব তোমাক
দুচকুৰে চাবলে খুজো
অ… অনামিকা আঙুলি বুলাই কঁপালতে
কোনে সেন্দুৰ আকিব বাৰু…
মৰমেৰে আঙুঠি পিন্ধাব কোনে তোমাক
দুচকুৰে চাবলে খুজো ।।